Hiranmayee's blog
Saturday, 6 October 2018
ৰিমঝিম বৰষা video a
https://youtu.be/P-H2ATIL91Y
Monday, 1 October 2018
ৰিমঝিম বৰষা
My song :https://youtu.be/z7eeaUf-Y3o
Saturday, 3 March 2018
শাস্ত্ৰীয় সংগীতৰ শ্ৰুতি
Friday, 2 March 2018
গীত ঋতুৱে ঋতুৱে
Sunday, 25 February 2018
সৰস্বতী আইৰ নাম
হিৰন্ময়ী দাস গগৈ
বাগদেবী সৰস্বতী
আই বীণাপাণি
কামৰূপা মহাবিদ্যা
আই চন্দ্ৰবদনী
চন্দ্ৰিকা চন্দ্ৰলেখা সাবিত্ৰী
সুৰচা দেবী
বিদ্যালংকাৰা ভূচিতা
মহাশয়া মালিনিশ্য মহাভূগা মহাভূজা
দিব্যাংগ সুৰ বন্দিত
বসন্ত পঞ্চমীতে আহিছা আই---
ৰাজহংসে বহি
পুষ্পবৃষ্টি কৰে
দেৱগণে হৰশি
প্ৰণামো তোমাক
আই
কৰ যোৰ কৰি ।
Friday, 23 February 2018
বসন্তৰ গীত
হিৰন্ময়ী দাস গগৈ
এনুৱা বসন্ত
কপৌ ফুলিলে নাহৰ ফুলিলে
ফুলিলে কনক চম্পা
বিৰিখৰ ডালতে / কুলিয়ে বিনালে
বিৰিখৰ ডালতে / কুলিয়ে বিনালে
সিচিলে সৰগী মায়া----
প্ৰিয়াৰ দুচকু হ'ল যে দাপোন---
আবেগে উতলা প্ৰাণ
লাৱণী মুখতে সেন্দুৰীয়া বোল/
ৰিহাৰ আচলত /
বলিয়া বা
Saturday, 10 February 2018
আবিৰ
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)